শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা

419
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম. কমৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা।
  • ১৩ অক্টোবৰত ঘোষণা কৰা হয় এই ফলাফল।
  • প্ৰথম ৫টা স্থান লাভ কৰে মুঠ ৮জন ছাত্ৰ-ছাত্ৰীয়ে।
  • ইয়াৰে ২টা স্হান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
  • প্ৰথম ৫টা স্থানৰ ৬জন ছাত্র-ছাত্ৰী গুৱাহাটী কমাৰ্চ কলেজৰ।
  • প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
  • প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।
  • প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ স্বালিনী ওজা আৰু শাশ্বতী গোস্বামীয়ে।
  • প্ৰথম শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ অংকিতা দাস আৰু চয়নিকা দেৱীয়ে।
  • ইয়াৰ সমান্তৰালকৈ প্ৰথম শ্ৰেণীৰ পঞ্চম স্থান লাভ কৰে গুৱাহাটী কমাৰ্চ কলেজৰ এনি ভট্টাচাৰ্য আৰু নিমিষা মেধিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি