সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা…

সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা…
  • সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ।
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত ।
  • কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি ফেৰীত অকল যাত্ৰীহে অহা যোৱা কৰিব পাৰিব ।
  • প্ৰতিজন যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক লগতে মানিব লাগিব সামাজিক ব্যৱধান ।
  • উল্লেখ্য যোৱা ২২ জুনৰ ৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in