শেহতীয়া খবৰ
ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা…

162
  • সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ।
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত ।
  • কোৰোনা ভাইৰাছৰ ভয়াৱহতাৰ লক্ষ্য ৰাখি ফেৰীত অকল যাত্ৰীহে অহা যোৱা কৰিব পাৰিব ।
  • প্ৰতিজন যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক লগতে মানিব লাগিব সামাজিক ব্যৱধান ।
  • উল্লেখ্য যোৱা ২২ জুনৰ ৰ পৰা বন্ধ হৈ আছিল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি