শেহতীয়া খবৰ
মঙলদৈৰ সৰুঠেকেৰাবাৰীত এল্ট’ৰ খুন্দাত নিহত এজন...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  গুৱাহাটীৰ পৰা মুম্বাই অভিমুখী স্পাইচজেটৰ বিমানৰ জৰুৰীকালীন অৱতৰণ...  •  দিল্লীত এবিভিপিৰ প্ৰতিবাদী মিছিল বাহিৰ...  •  পুনৰ বিনিয়োগেই দেশৰ আৰ্থিক সংকট দূৰ কৰাৰ সমাধান নহয়ঃ মমতা বেনাৰ্জী  •  যুৱ সাংবাদিক সন্থা, অসমৰ বাৰ্ষিক বঁটা ঘোষণাঃ ৰাজ্যৰ কেইবাজনো সাংবাদিকলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা  •  ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰত জৰুৰী অবতৰণ গুৱাহাটীৰ পৰা মুম্বাইলৈ উৰা মৰা স্পাইছজেট বিমান  •  যিয়ে আমাৰ বিধায়কক ভাবুকি প্ৰদান কৰে, তাৰ মূৰ আৰু ভৰি ভাঙিমঃ শিৱসেনা  •  অসম চৰকাৰ গ' বেক ধ্বনি বাঙালি ফেডাৰেচনৰ, উত্তাল কোকৰাঝাৰ  •  শ্ৰীলংকাৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ল মহিন্দা ৰাজাপাকছা...

গুৱাহাটীৰ কুমাৰপাৰাত গুলীবিদ্ধ হোৱা শ্যাম চন্দ্ৰ শৰ্মা চিকিৎসালয়ত মৃত্যু…

526
  • গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে সংঘটিত হোৱা গুলীচালনাত গুলীবিদ্ধ হোৱা লোকজনৰ মৃত্যু।
  • মহানগৰৰ কুমাৰপাৰাত সংঘটিত হৈছিল এই ঘটনা।
  • ৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰিছিল গুলীচালনা।
  • শ্যাম চন্দ্ৰ শৰ্মা নামৰ প্ৰতিস্থানটোৰ এজন কৰ্মচাৰী হৈছিল গুলিবিদ্ধ
  • শৰ্মাক সংকট জনক অৱস্থাত এপল’ হাস্পাতালত ভৰ্তি কৰোৱা যদিও চিকিৎসালয়তে মৃত্যু মুখত পৰে।
  • ধন দাবী কৰিবলৈ আহিছিল দুৰ্বৃত্তৰ দলটো।
  • আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি