গুৱাহাটীৰ কুমাৰপাৰাত গুলীবিদ্ধ হোৱা শ্যাম চন্দ্ৰ শৰ্মা চিকিৎসালয়ত মৃত্যু…

  • গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে সংঘটিত হোৱা গুলীচালনাত গুলীবিদ্ধ হোৱা লোকজনৰ মৃত্যু।
  • মহানগৰৰ কুমাৰপাৰাত সংঘটিত হৈছিল এই ঘটনা।
  • ৫ জনীয়া এটা দুৰ্বৃত্তৰ দলে এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰিছিল গুলীচালনা।
  • শ্যাম চন্দ্ৰ শৰ্মা নামৰ প্ৰতিস্থানটোৰ এজন কৰ্মচাৰী হৈছিল গুলিবিদ্ধ
  • শৰ্মাক সংকট জনক অৱস্থাত এপল' হাস্পাতালত ভৰ্তি কৰোৱা যদিও চিকিৎসালয়তে মৃত্যু মুখত পৰে।
  • ধন দাবী কৰিবলৈ আহিছিল দুৰ্বৃত্তৰ দলটো।
  • আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in