গুৱাহাটীৰ পল্টন বজাৰৰ হোটেল চানচিটীত জঘন্য ঘটনা

গুৱাহাটীৰ পল্টন বজাৰৰ হোটেল চানচিটীত জঘন্য ঘটনা
  • পুনৰ গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা।
  • পল্টন বজাৰৰ হোটেল চানচিটীত নলবাৰীৰ এগৰাকী যুৱতীক বলাৎকাৰৰ অভিযোগ।
  • ১ জানুৱাৰীৰ নিশা খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই অচেতন কৰি এই জঘন্য কাণ্ড সংঘটিত কৰে ইমতাদুল ইছলাম নামৰ ভণ্ড প্ৰেমিকৰ লগতে আন এজন যুৱকে।
  • যুৱতীগৰাকীক বলাৎকাৰ কৰি হোটেল এৰি পলায়ন দুই যুৱকৰ।
  • ভুক্তভোগী যুৱতীৰ এজাহাৰৰ পিছতহে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা।
  • হোটেলখনৰ ৩০৯নং কোঠাত সংঘটিত হৈছিল এই জঘন্য ঘটনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in