ক্ৰমান্বয়ে গুৱাহাটীলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ…

ক্ৰমান্বয়ে গুৱাহাটীলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ…
  • CAA লৈ যোৱ কেইবাদিনো ধৰি অশান্ত হৈ থকা গুৱাহাটী মহানগৰীলৈ ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি।
  • শনিবাৰে পুৱাৰে পৰা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ লগতে বজাৰ-সমাৰৰ বাবে ওলাই আহিছে ৰাইজ।
  • ইফালে খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি।
  • ৰাস্তাত জমা হৈ থকা জাৱৰ, সা-সামগ্ৰী চাফা কৰিছে চাফাই কৰ্মীয়ে।
  • পুৱাই তেলৰ ডিপো সমূহত দেখা গ'ল ব্যাপক ভিৰ।
  • মহানগৰীৰ প্ৰায়বোৰ এ টি এমতে নাই ধন।
  • মহানগৰীৰৰ বিভিন্ন স্থানত প্ৰতিবাদৰ মাজতে ক্ষয়-ক্ষতি হৈছিল বহু ৰাজহুৱা সামগ্ৰী।
  • কেইবাদিনো ধৰি বন্ধ হৈ থকা চিটি বাছৰ চলাচলো শনিবাৰৰে পৰা হৈছে আৰম্ভ।
  • প্ৰশাসনে পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ শিথিল কৰিছে কাৰ্ফিউ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in