শেহতীয়া খবৰ
মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন...  •  ভূমিকম্পই জোকাৰি গ'ল গুৱাহাটী...  •  বৰপেটাৰ কেওঁটকুছিত ভয়াবহ পথ দূৰ্ঘটনা,ট্ৰেন্সফৰ্মাৰ ভাঙিলে ব'লেৰ পিক আপ ভানে...  •  সন্মিলিত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক বিশেষ অধিৱেশন সামৰণি...  •  ১ মিনিটত ২৫ খবৰ...  •  নলবাৰীত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাক স্মৰণ...  •  নলবাৰীৰ বালিকুছিত শ্ৰীশ্ৰীযোগেশ মন্দিৰ উদ্বোধন,দুশ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা...  •  ৩০ জনীয়া সদস্যৰে অন্তৱৰ্তীকালীন কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন...  •  টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন...  •  কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

গুৱাহাটীৰ দুটা SBIশাখাৰ ১৫গৰাকীৰো অধিক কৰ্মচাৰীৰ দেহত কোৰোনা…

2,261
  • গুৱাহাটীত অতিপাত ভাৱে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ।
  • শেহতীয়াকৈ মহানগৰীৰৰ দুটা এছ বি আই শাখাত বহুকেইজন কৰ্মচাৰীৰ দেহত কোৰোনাৰ অৱস্থিতি।
  • লখৰা এছ বি আই আৰু ফাচীঁবজাৰ চেক প্ৰচেচিং শাখাত ১৫-১৯গৰাকী কৰ্মচাৰীৰ দেহত কোৰোনা।
  • শাখাদুটাৰ সকলো কৰ্মচাৰীকে কৰা হৈছে কোৱাৰেন্টাইন।
  • ইতিমধ্যে প্ৰশাসনৰলোকে ছীল কৰিছে কাৰ্যালয় দুটা।
  • প্ৰতিৰোধমূলক সকলো ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ লোকে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি