মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা,এজন যানবাহন আৰক্ষীৰ মৃত্যু…

মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা,এজন যানবাহন আৰক্ষীৰ মৃত্যু…
  • মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা।
  • বশিষ্ঠ চাৰিআলিৰ গুৰুদ্বাৱৰ সমুখত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত হয় বশিষ্ঠ থানাৰ যান বাহন আৰক্ষীৰ এজন জোৱান।
  • নিহত জোৱান জনৰ নাম মিন্টু দাস।
  • কৰ্তব্য স্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত এখন ট্ৰাকে সংঘটিত কৰে দুৰ্ঘটনাৰ।
  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন আৰক্ষীয়ে জব্দ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in