শেহতীয়া খবৰ
নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...

মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা,এজন যানবাহন আৰক্ষীৰ মৃত্যু…

1,895
  • মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা।
  • বশিষ্ঠ চাৰিআলিৰ গুৰুদ্বাৱৰ সমুখত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত হয় বশিষ্ঠ থানাৰ যান বাহন আৰক্ষীৰ এজন জোৱান।
  • নিহত জোৱান জনৰ নাম মিন্টু দাস।
  • কৰ্তব্য স্থলীৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত এখন ট্ৰাকে সংঘটিত কৰে দুৰ্ঘটনাৰ।
  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খন আৰক্ষীয়ে জব্দ কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি