গুৱাহাটী ৰে’লৱে ষ্টেচনত ১ কোটি ২৮ লাখ টকা মূল্যৰ সোণ জব্দ…

গুৱাহাটী ৰে’লৱে ষ্টেচনত ১ কোটি ২৮ লাখ টকা মূল্যৰ সোণ জব্দ…
  • গুৱাহাটী ৰে'লৱে ষ্টেচনত বৃহৎ পৰিমানৰ সোণ জব্দ।
  • নিয়মীয়া তালাচীত ৮টা সোণৰ বাৰ জব্দ কৰা হৈছে।
  • সোণখিনিৰ ওজন প্ৰায় ৩ কেজি ২০০ গ্ৰাম।
  • জব্দ হোৱা সোণখিনিৰ মূল্য ১ কোটি ২৮ লাখ টকা ৷
  • সোণ সৰবৰাহকাৰৰ অপৰাধত মিজোৰামৰ সুনাই মগ নামৰ এজনক গ্ৰেপ্তাৰ।
  • দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছেৰে নিয়াৰ উদ্যেশে গুৱাহাটী ষ্টেচনলৈ আনিছিল সোনখিনি৷
  • লেপটপৰ বেটেৰী আৰু ট্ৰলি বেগৰ হেণ্ডেলত ভৰাই লুকুৱাই আনিছিল সোণখিনি৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in