গুৱাহাটী ৰে’লৱে ষ্টেচনত উদ্ধাৰ সোণৰ নাও

গুৱাহাটী ৰে’লৱে ষ্টেচনত উদ্ধাৰ সোণৰ নাও

ডিজিটেল ডেস্ক :  গুৱাহাটী ৰে'লৱে ষ্টেচনত উদ্ধাৰ সোণৰ নাও। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ সোণৰ নাওখন। নাওখনৰ লগতে আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক।

ধৃত সৰবৰাহকাৰীটো বিহাৰৰ আকাশ কুমাৰ বুলি জানিব পৰা গৈছে। ডিমাপুৰৰ পৰা বিহাৰলৈ লৈ গৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে আকাশ। আৰক্ষী অৱশ্যে অদ্যাপি নিশ্চিত হ'ব পৰা নাই নাওখন আচল নে নকল সোণৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in