শেহতীয়া খবৰ
শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ...  •  মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ

গুৱাহাটী প্ৰেছ ক্লাৱত ৰক্ত পৰীক্ষা শিবিৰ সম্পন্ন…

55

ডিজিটেল সংবাদ, গুৱাহাটী: নৱবর্ষ উপলক্ষে মহানগৰৰ সাংবাদিক সকলৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এটি স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত ৬০ গৰাকী সাংবাদিকৰ তেজৰ নমুনা সংগ্ৰহ কৰি থাইৰড, হিমগ্লবিন , ব্লাড চুগাৰ, ইউৰিক এছিড পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অংশগ্ৰহণকাৰী সকলৰ তেজৰ নমুনা সংগ্ৰহ কৰে এম এম চি হস্পিটেলৰ স্বাস্থ্য কর্মী খনিন ডেকা আৰু নয়ন মণি পাঠকে ।ৰক্ত পৰীক্ষাৰ প্ৰতিবেদন সমূহ সোমবাৰে আবেলি প্ৰেছ ক্লাবৰ কাৰ্যলয়ত পোৱা যাব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি