ৰাজপথলৈ ওলোৱা কথা ভুলতো লাভাবিব! কি হৈছে জু-ৰোডত চাওঁক VIDEO

ৰাজপথলৈ ওলোৱা কথা ভুলতো লাভাবিব! কি হৈছে জু-ৰোডত চাওঁক VIDEO
  • যিসকল লোকে লকডাউন অমান্য কৰিছে সেইসকল লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী।
  • জু-ৰোডত যানবাহন আৰক্ষীয়ে চলাইছে বাহনৰ তালাচী।
  • বিনা কাৰণত ওলাই আহি প্ৰশাসনৰ নিৰ্দেশনা নমনা লোকক ঘৰলৈ উভতাই পঠিয়াইছে।
  • কোৰোনা ভাইৰাছ যাতে সংক্ৰমণ নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে।
  • কোৰোনা ভাইৰাছৰ বিৰুদ্ধে নিজে সজাগ হৈ মাস্ক পৰিধান কৰি আৰক্ষীয়ে এনেদৰে তালাচী চলাইছে।
  • বিনা কাৰণত ওলাই আহি অকাৰণত প্ৰশাসনৰে তৰ্কত লিপ্ত হোৱা লোকক ৰেহাই দিয়া নাই আৰক্ষীয়ে।
  • লাঠিচালনাও কৰিছে আৰক্ষীয়ে।
  • বিনা কাৰণত যাতে কোনো লোকো ওলাই নাহে তাৰ বাবে আৰক্ষীয়ে আহ্বান জনাইছে।
  • অত্যাৱশ্যকীয় সেৱাৰ লোকসকলৰ যাবলৈ দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in