সুৰাসক্ত স্কুটী চালকে প্ৰহাৰ কৰিলে আৰক্ষীকঃ ডিজে লকাৰৰ আলহী এই পৰ্যন্ত ৩১ জন…

সুৰাসক্ত স্কুটী চালকে প্ৰহাৰ কৰিলে আৰক্ষীকঃ ডিজে লকাৰৰ  আলহী এই পৰ্যন্ত ৩১ জন…
  • গুৱাহাটীৰ গণেশ মন্দিৰৰ সমীপত অপ্ৰিতিকৰ ঘটনা।
  • সুৰাসক্ত স্কুটী চালকে প্ৰহাৰ কৰিলে কৰ্তব্যৰত আৰক্ষীক।
  • তালাচিৰ সময়ত নিয়ম ভংগকাৰী আৰক্ষীক প্ৰহাৰ সুৰামসক্ত যুৱকৰ।
  • মহিলা আৰক্ষীকো প্ৰহাৰ কৰিলে যুৱক জনে।
  • ইফালে বৰ্তমানলৈকে ৩১ গৰাকী আলহী হ'ল DJ Lockerৰ।
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশমতে দুৰ্ঘটনা মুক্ত কৰা লক্ষ্যৰে চলিছে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in