শেহতীয়া খবৰ
দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ এগৰাকী যুৱতীয়ে হেৰুৱালে প্ৰাণ...  •  আমাৰ নহয়, অসম হ’ব নবীন সিংহালৰ!  •  লকডাউনত ৰাইজ লাউলোৱা! কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী-নেতাৰ হোটেল ক্ৰয় কৰিবলৈ বিজেপি নেতাই লগাইছে হেতাওপৰা...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  ব্ৰহ্মপুত্ৰৰ বুকুত একাংশ আৰক্ষী বিষয়াৰ নৈশ ভোজৰ পাছত গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ব্যাপক ৰদবদল...  •  মুখ্যমন্ত্ৰী সোণোৱালৰ লগত থকা ৩ এনএছচি কমাণ্ডসহ ১০জনৰ দেহত কোভিড-১৯...  •  এইবাৰ কামৰূপ (মেট্ৰ’)ৰ পৰা দৰঙলৈ নিষিদ্ধ হ’ল প্ৰৱেশ...  •  কঠিয়াতলীত চৰকাৰৰ ভূমি নীতিৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ...  •  অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা...  •  অখিল গগৈসহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী...

মঙলবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য…

1,409
  • গুৱাহাটীত মঙলবাৰে পূৰ্বৰ তুলনাত হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
  • মঙলবাৰে পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৭১.৬৫ টকা।
  • গুৱাহাটীত মঙলবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৫.১০ টকা।
  • সোমবাৰৰ তুলনাত ৩১ পইচা প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পাইছে।
  • সোমবাৰৰ তুলনাত ২৯ পইচা প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পাইছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি