মঙলবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • গুৱাহাটীত মঙলবাৰে পূৰ্বৰ তুলনাত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মঙলবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭১.৬৫ টকা।
  • গুৱাহাটীত মঙলবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৫.১০ টকা।
  • সোমবাৰৰ তুলনাত ৩১ পইচা প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পাইছে।
  • সোমবাৰৰ তুলনাত ২৯ পইচা প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in