শেহতীয়া খবৰ
কোকৰাঝাৰত বিটিচি নিৰ্বাচনৰ ৰণডংকা বিপিএফৰ, পুনৰ ২ আসনত প্ৰাৰ্থী ঘোষণা হাগ্ৰামাৰ, ৪০ সমষ্টিৰ ৫০০টাকৈ আত্মসহায়ক গোটলৈ ৫০০০ টকাৰ অনুদান  •  নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী...  •  মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...

বিজয়া দশমীৰ পুৱাতে গুৱাহাটীৰ পাণ্ডুত অঘটন, যুৱকক নৃশংসভাৱে হত্যা কৰি লৈ গ’ল বাইক, মোবাইল…

396
  • বিজয়া দশমীৰ পুৱাতে গুৱাহাটীৰ পাণ্ডুত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • পাণ্ডুৰ ৩নং ক’লনীৰ পূজাথলীৰ সমীপতে উদ্ধাৰ যুৱকৰ মৃতদেহ।
  • শুভাংকৰ পাল নামৰ এজন যুৱকক নৃশংসভাৱে হত্যাষ
  • দুৰ্বৃত্তই হত্যা কৰি পূজাথলীৰ সমীপতে পেলাই থৈ গ’ল মৃতদেহ।
  • যুৱকজনক হত্যা কৰি দুৰ্বৃত্তই লৈ গ’ল বাইক আৰু মোবাইল ফোন।
  • আৰক্ষীৰ নিৰাপত্তাৰ মাজতে সংঘটিত এই হত্যাকাণ্ড।
  • এই ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি