বিজয়া দশমীৰ পুৱাতে গুৱাহাটীৰ পাণ্ডুত অঘটন, যুৱকক নৃশংসভাৱে হত্যা কৰি লৈ গ’ল বাইক, মোবাইল…

বিজয়া দশমীৰ পুৱাতে গুৱাহাটীৰ পাণ্ডুত অঘটন, যুৱকক নৃশংসভাৱে হত্যা কৰি লৈ গ’ল বাইক, মোবাইল…

  • বিজয়া দশমীৰ পুৱাতে গুৱাহাটীৰ পাণ্ডুত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • পাণ্ডুৰ ৩নং ক'লনীৰ পূজাথলীৰ সমীপতে উদ্ধাৰ যুৱকৰ মৃতদেহ।
  • শুভাংকৰ পাল নামৰ এজন যুৱকক নৃশংসভাৱে হত্যাষ
  • দুৰ্বৃত্তই হত্যা কৰি পূজাথলীৰ সমীপতে পেলাই থৈ গ'ল মৃতদেহ।
  • যুৱকজনক হত্যা কৰি দুৰ্বৃত্তই লৈ গ'ল বাইক আৰু মোবাইল ফোন।
  • আৰক্ষীৰ নিৰাপত্তাৰ মাজতে সংঘটিত এই হত্যাকাণ্ড।
  • এই ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in