মহানগৰীৰ পাণ্ডুত অগ্নিকাণ্ড

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মহানগৰীৰ পাণ্ডুৰ জয়মতী নগৰত অগ্নিকাণ্ড।
  • খলিলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • ৭টাকৈ ভাড়াঘৰৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in