মহানগৰীৰ অপ্সৰা ছবিগৃহৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড

মহানগৰীৰ অপ্সৰা ছবিগৃহৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড
  • মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড।
  • পল্টনবজাৰত কাৱাৰপট্টিত বিধ্বংসী অগ্নিকাণ্ড।
  • অপ্সৰা ছবিগৃহৰ পিছফালে অগ্নিকাণ্ড।
  • জুই নিৰ্বাপন কৰাৰ চেষ্টা।
  • ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ লোক।
  • বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই জুই।
  • প্ৰায় ২০ টা ঘৰ জাহ গৈছে জুইত।
  • বৰ্তমান লৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
  • ঘটনাস্থলীত উপস্থিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in