শেহতীয়া খবৰ
টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO

মহানগৰীৰ অপ্সৰা ছবিগৃহৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড

135
  • মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড।
  • পল্টনবজাৰত কাৱাৰপট্টিত বিধ্বংসী অগ্নিকাণ্ড।

  • অপ্সৰা ছবিগৃহৰ পিছফালে অগ্নিকাণ্ড।
  • জুই নিৰ্বাপন কৰাৰ চেষ্টা।

  • ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ লোক।
  • বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই জুই।

  • প্ৰায় ২০ টা ঘৰ জাহ গৈছে জুইত।
  • বৰ্তমান লৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

  • ঘটনাস্থলীত উপস্থিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি