New Update
- ভঙাগড় থানাত হাজিৰ জুবিন গাৰ্গ।
- ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ কৰা এক গোচৰৰ সন্দৰ্ভত হাজিৰ হ'বলৈ উপস্থিত হ'লগৈ থানাত।
- ভঙাগড় থানাত জুবিনৰ বিৰুদ্ধে গোচৰ তৰিছিল ইন্দ্ৰজিৎ শৰ্মা নামৰ এজন লোকে।
- আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ২৯৫/২৯৫(এ)/ ২৯৬/২৯৮/১৫৩/১৫৩(এ) ধাৰাত ৰুজু কৰিছিল গোচৰ।
- জিএমচিএইচৰ এক অনুষ্ঠানত অংশ লৈ জুবিনে ব্ৰাহ্মণ সকলৰ বিৰুদ্ধে এক বিতৰ্কিত মন্তব্য কৰিছিল।
- আৰক্ষীয়ে সেই গোচৰৰ সন্দৰ্ভত ভঙাগড় থানাত উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল জুবিনক।
- তাৰপাছতেই সোমবাৰৰ নিশা ভঙাগড় থানাত উপস্থিত হয়গৈ শিল্পী জুবিন গাৰ্গ।
- বাইহাটা থানাতো ইতিমধ্যে জুবিন গাৰ্গৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।