পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত ফ্লেগমাৰ্চ সেনাৰ…

পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত ফ্লেগমাৰ্চ সেনাৰ…
  • গুৱাহাটীত যুদ্ধসদৃশ পৰিৱেশ।
  • পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন স্থানত ফ্লেগমাৰ্চ কৰিছে সেনাই।
  • বুধবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ মহানগৰীত জাৰি কৰা হৈছে সান্ধ্য আইন।
  • প্ৰতিবাদকাৰীক ৰোধ কৰাৰ বাবে আৰক্ষীয়ে ৰচনা কৰিছে সমৰসজ্জা।
  • চৌদিশে এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা, সেনাৰ টহল।
  • যুদ্ধসদৃশ পৰিৱেশৰ বাবে পণবন্দী হৈ পৰিছে মহানগৰবাসী।
  • দোকান–পোহাৰ, বজাৰ–সমাৰ বন্ধ হৈ পৰাত সমস্যাত পৰিছে বহু লোক।
  • গাড়ী–মটৰ সকলো বন্ধ হৈ পৰাত কাৰ্যালয়লৈ আহিব পৰা নাই কৰ্মচাৰীসকল।
  • কোনোবাই যদি কোনো কামলৈ ওলাই আহিছে, তেওঁকো ওভতাই পঠিয়াইছে নিৰাপত্তাৰক্ষীয়ে।
  • ফলত চৰকাৰী কাৰ্যালয়, স্কুল–কলেজসমূহো এতিয়া বন্ধ হৈ পৰিছে।
  • স্তব্ধ হৈ পৰিছে সমগ্ৰ অসম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in