গুৱাহাটীত বাইক চলাই নেকি? ১০০০ টকাৰ জৰিমনা ভৰিব নে পালন কৰিব এই নিয়ম…

গুৱাহাটীত বাইক চলাই নেকি? ১০০০ টকাৰ জৰিমনা ভৰিব নে পালন কৰিব এই নিয়ম…
  • এতিয়াৰে পৰা বাইক চালকৰ লগতে আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট।
  • বাইক চালক আৰু আৰোহীৰ হেলমেট পৰিধান বাধ্যতামূলক কৰিছে পৰিবহন বিভাগে।
  • এই নিয়ম পালন নকৰিলে ভৰিব লাগিব জৰিমনা।
  • কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা।
  • নতুন নিৰ্দেশনা অনুসৰি এই নিয়ম উলংঘন কৰা ব্যক্তিয়ে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।
  • আনহাতে নিয়ম উলংঘন কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ।
  • কামৰূপ মহানগৰ জিলাত দুৰ্ঘটনা ৰোধ কৰিবৰ বাবেই এই নতুন নিৰ্দেশনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in