নাৱৰ পৰা বাঢ়নী পানীত পৰি নিখোজ যুৱক…

নাৱৰ পৰা বাঢ়নী পানীত পৰি নিখোজ যুৱক…
  • গুৱাহাটীৰ পানীখাইতিত অঘটন।
  • নাৱৰ পৰা বাঢ়নী পানীত পৰি নিখোজ এজন যুৱক।
  • নিখোজ হৈ থকা যুৱকজন চন্দ্র নম: শূদ্র।
  • পানীখাইটিৰ তিনিটুকুৰাত মাছ মাৰিবলৈ গৈ এই অঘটন।
  • ঘটনাস্থলীত উপস্থিত পানীখাইতি আৰক্ষী, SDRF।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in