১২জুলাইৰ পৰা ১৯জুলাইলৈ গুৱাহাটীত লকডাউনঃ মুখ্য সচিবে জাৰি কৰিলে নিৰ্দেশনা…

১২জুলাইৰ পৰা ১৯জুলাইলৈ গুৱাহাটীত লকডাউনঃ মুখ্য সচিবে জাৰি কৰিলে নিৰ্দেশনা…
  • লকডাউনৰ সন্দৰ্ভত আনুষ্ঠানিক নিৰ্দেশনা।
  • ১২জুলাইৰ পৰা ১৯জুলাইলৈ এসপ্তাহৰ বাবে বৃদ্ধি লকডাউন।
  • ১২জুলাইৰ ৬ বজাৰ পৰা ১৯জুলাইৰ সন্ধিয়া ৭বজালৈ মুখ্য সচিবৰ লকডাউন ঘোষণা।
  • সকলোধৰণৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বন্ধ থাকিব এই সময়চোৱাত।
  • বাট-পথত ব্যক্তিগত যান-বাহন চলাচল নিষিদ্ধ।
  • পুৱা ৯ বজাৰ পৰা বিয়লি ৪বজালৈ অত্যাৱশকীয় গেলামালৰ দোকান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in