শেহতীয়া খবৰ
প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক'লা প্ৰদৰ্শন...  •  নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত, এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত...  •  চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য...  •  ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন...  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...

গুৱাহাটীত ভয়ংকৰ দৃশ্য! ভূমিস্খলনৰ ফলত কেইবাঠাইতো খহিল গাৰ্ডৱাল… VIDEO

1,275

ডিজিটেল সংবাদ, গুৱাহাটীঃ দৈনন্দিন বৰষুণৰ মাজতে গুৱাহাটী মহানগৰীত ভূমিস্খলনত আতংকিত এতিয়া মহানাগৰিক। মহানগৰীৰ শিলপুখুৰীৰ অমিয়ানগৰত পথটোৰ গাৰ্ডৱালখন ভাঙি পৰাৰ লগতে পথটোৰ এটা অংশ খহি পৰে।

ইফালে, পেভাৰ ব্লকেৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণ কাৰ্য অতি নিম্নমানৰ আছিল বুলি ৰাইজে অভিযোগ কৰিছে। একেদৰে চানমাৰিৰ কেইবাটাও পথত ঠিকাদাৰৰ গাফিলতিৰ বাবে গাৰ্ডৱাল ভাঙি পৰাত অঞ্চলবাসী আতংকিত হৈ পৰিছে।

এই ভূমিস্খলন ফলত পথটোত ব্যাহত হৈ পৰে যান-বাহন চলাচল। এইধৰণৰ মৰণফাণ্ড কাণ্ড ঘটোৱা ৰাজ্য চৰকাৰৰ দুৰ্যোগ বিভাগে ঠিকাদাৰৰ মইমতালিৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি