অগ্নিগৰ্ভা অসম! গুৱাহাটীৰ ৰাজপথৰ দুয়োকাষে কেৱল জুই আৰু জুই, VIDEO…

অগ্নিগৰ্ভা অসম! গুৱাহাটীৰ ৰাজপথৰ দুয়োকাষে কেৱল জুই আৰু জুই, VIDEO…
  • আন্ধাৰ নমাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰিছে দিশপুৰৰ পৰিৱেশ।
  • ৰাস্তাৰ দুয়োকাষে কেৱল জুই আৰু জুই।
  • প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে ছুপৰামাৰ্কেটৰ ট্ৰেফিক পইণ্ট।
  • পথৰ দুয়োকাষে থকা সকলো ৰেলিং, বেৰিকেট জ্বলাই দিছে প্ৰতিবাদকাৰীয়ে।
  • ইফালে, প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ চেষ্টা।
  • ইফালে, গণেশগুৰিৰ পৰা খানাপাৰালৈ আৰু আনফালে গণেশগুৰিৰ পৰা উলুবাৰীলৈকে পথৰ দুয়োকাষে কেৱল জুই।
  • আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই উত্তেজিত প্ৰতিবাদকাৰীক।
  • জয় আই অসম, কেব বাতিল কৰক আদি শ্ল'গানেৰে উত্তপ্ত কৰি ৰাখিছে সমগ্ৰ পৰিৱেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in