ক্রাইম ব্রান্সৰ অভিযানঃ গুৱাহাটীত জব্দ পিষ্টল…

ক্রাইম ব্রান্সৰ অভিযানঃ গুৱাহাটীত জব্দ পিষ্টল…
  • ১৫ আগষ্টৰ পূৰ্বে গুৱাহাটীত জব্দ .3 mmপিষ্টল
  • ক্রাইম ব্রান্সৰ অভিযানত পিষ্টলসহ জব্দ সক্রিয় গুলী
  • মহানগৰীৰ খানাপাৰাৰ ভেটেৰিনাৰী গে'টৰ সন্মুখত জব্দ
  • ৬জন অবৈধ মাৰণাস্ত্র সৰবৰাহকাৰীক গ্রেপ্তাৰ
  • ধূপধৰাৰ পৰা সোণাপুৰ অভিমুখে গৈ আছিল দলটো
  • ক্রাইম ব্রান্সে জব্দ কৰে দুখন চাৰিচকীয়া বাহন
  • বাহন দুখনৰ নম্বৰ AS01-DZ-8214, AS01-DH-9404

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in