গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
  • হিন্দী বিভাগৰ গৱেষণা পত্ৰ দাখিল কৰিব পাৰিব হিন্দী ভাষাত।
  • পূৰ্বে ইংৰাজীত দাখিল কৰিবলগীয়া হৈছিল গৱেষণা পত্ৰ।
  • ইয়াৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল একাংশ গৱেষক শিক্ষাৰ্থী।
  • ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱাৰ আদালতৰ এই ৰায়।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in