গুৱাহাটীত যৌতুকৰ বাবে স্বামীয়ে লাঠিৰে কোবাই নৃশংসভাৱে হত্যা কৰিলে ২ সন্তানৰ মাতৃক…

গুৱাহাটীত যৌতুকৰ বাবে স্বামীয়ে লাঠিৰে কোবাই নৃশংসভাৱে হত্যা কৰিলে ২ সন্তানৰ মাতৃক…
  • মহানগৰী গুৱাহাটীত যৌতুকৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ।
  • স্বামীয়ে লাঠিৰে কোবাই কোবাই নৃশংসভাৱে হত্যা কৰিলে দুটি সন্তানৰ মাতৃক।
  • মহানগৰীৰ গীতানগৰৰ সমীপৰ পানীপথত সংঘটিত হৈছে এই ঘটনা।
  • নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী চফিজুল আলীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in