গুৱাহাটীত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হোৱা এজন লোকৰ মৃত্যু…

গুৱাহাটীত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হোৱা এজন  লোকৰ মৃত্যু…
  • গুৱাহাটীত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত হোৱা এজন লোকৰ মৃত্যু।
  • চিকিৎসালয়ত মৃত্যু হোৱা লোকজন হল সৰ্থেবাৰীৰ বেলবাৰীৰ মখলেশ আলী (৫৪)।
  • পুৰাতত্ব বিভাগৰ চকীদাৰ আছিল মকলেশ।
  • আলীৰ মৃত্যুত বেলবাৰীত শোকৰ ছাঁ।
  • উল্লেখ্য যে, গুৱাহাটীৰ প্ৰেছ ক্লাৱত অজানিতে বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰিছিল মকলেশক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in