শেহতীয়া খবৰ
চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  চানমাৰিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ট্ৰেফিক পইন্ট...  •  জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...  •  সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজতো লতাশিলত সমাগম ৰাইজঃ উপস্থিত শিল্পী মানস ৰবীন...

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাল উজান বজাৰত, যিকোনো মুহূৰ্ততে ডুব যাব পাৰে ফাঁচী বজাৰ… VIDEO

1,373
  • ৰাজ্যত অপৰিৱৰ্তীত বান পৰিস্থিতি।
  • বানত প্লাৱিত হৈছে মহানগৰীৰ বিভিন্ন অঞ্চল।
  • বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
  • উজান বজাৰত বানত ডুব গৈছে বহু ঘৰ।
  • শ্লুইছ গেটেৰে সোমাৱা পানীত ডুব গৈছে উজানবজাৰৰ বাট-পথো।
  • উজানবজাৰৰ মাছ বজাৰৰ সমীপত জলমগ্ন কেইবাটাও বাসগৃহ।
  • পানীত সম্পূৰ্ণৰূপে ডুব গৈছে উজান বজাৰৰ মাছ বজাৰ।
  • কাছাৰী ঘাটেৰে যিকোনো মুহূৰ্ততে পানী ফাঁচী বজাৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা।
  • ঘাটসমূহৰ প্ৰৱেশ পথ বন্ধ কৰি দিছে প্ৰশাসনে।
  • পানী চাবলৈ উজান বজাৰ, কাছাৰী ঘাটত ভিৰ যথেষ্ট লোকৰ।
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও ধাৰাসাৰ বৰষুণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি