ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাল উজান বজাৰত, যিকোনো মুহূৰ্ততে ডুব যাব পাৰে ফাঁচী বজাৰ… VIDEO

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী সোমাল উজান বজাৰত, যিকোনো মুহূৰ্ততে ডুব যাব পাৰে ফাঁচী বজাৰ… VIDEO
  • ৰাজ্যত অপৰিৱৰ্তীত বান পৰিস্থিতি।
  • বানত প্লাৱিত হৈছে মহানগৰীৰ বিভিন্ন অঞ্চল।
  • বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
  • উজান বজাৰত বানত ডুব গৈছে বহু ঘৰ।
  • শ্লুইছ গেটেৰে সোমাৱা পানীত ডুব গৈছে উজানবজাৰৰ বাট-পথো।
  • উজানবজাৰৰ মাছ বজাৰৰ সমীপত জলমগ্ন কেইবাটাও বাসগৃহ।
  • পানীত সম্পূৰ্ণৰূপে ডুব গৈছে উজান বজাৰৰ মাছ বজাৰ।
  • কাছাৰী ঘাটেৰে যিকোনো মুহূৰ্ততে পানী ফাঁচী বজাৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা।
  • ঘাটসমূহৰ প্ৰৱেশ পথ বন্ধ কৰি দিছে প্ৰশাসনে।
  • পানী চাবলৈ উজান বজাৰ, কাছাৰী ঘাটত ভিৰ যথেষ্ট লোকৰ।
  • ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও ধাৰাসাৰ বৰষুণ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in