মহানগৰীত অগ্নিকাণ্ড; জুইত জাহ ২৫ তাতকৈ অধিক বাসগৃহ, নিৰুদ্দেশ শিশু…

মহানগৰীত অগ্নিকাণ্ড; জুইত জাহ ২৫ তাতকৈ অধিক বাসগৃহ, নিৰুদ্দেশ শিশু…

ডিজিটেল ডেস্ক: মহানগৰীৰ পাটৰকুচিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । জুইত জাহ যায় ২৫তাতকৈও অধিক ঘৰ ।

জুইত জাহ যায় এগৰাকী আৰক্ষী প্ৰশাসনৰ লোকৰ বাসগৃহ । নবীন চন্দ্ৰ বৰা নামৰ প্ৰাক্তন আৰক্ষী প্ৰশাসনৰ লোক জনৰ ঘৰত সূত্ৰপাত হয় জুইৰ ।

আৰক্ষী লোকজনৰ ঘৰত আছিল ৩০তাতকৈও অধিক ভাড়া ঘৰ । তিনিখনকৈ বাহন জ্বলি যায় অগ্নিকাণ্ডৰ ফলত । এই মুহুৰ্তৰ লৈকে এটা শিশু নিৰুদ্দেশ হৈ আছে ঘটনাস্থলীত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in