গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড…

গুৱাহাটীত বিধ্বংসী অগ্নিকাণ্ড…
  • মহানগৰীৰ নৱগ্ৰহত বিধ্বংসী অগ্নিকাণ্ড।
  • নতুন নগৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • কেইবাটাও ভাড়াঘৰ জুঁইত জাহ গৈছে।
  • এতিয়ালৈকে ঘটনাস্থলীলৈকে যাব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • পথৰ দুৰৱস্থাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈকে যাব পৰা নাই।
  • বিকল্প পন্থাৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in