শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড…

182
  • মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড ।
  • ফাচীবজাৰৰ শ্বপাৰ্ছ প‌ইন্টৰ সন্মুখৰ এখন মাৰ্কেটত সংঘটিত হৈছে অগ্নিকাণ্ড ।
  • জুইত ভস্মীভূত হৈছে কেইবা লাখ টকাৰ সামগ্ৰী ।
  • অগ্নিকাণ্ডৰ সময়ত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটা বুলি জানিব পৰা গৈছে ।
  • ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ দল ।
  • অগ্নিকাণ্ডৰ মূল কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি