মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড…

মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড…

  • মহানগৰীৰ ফাচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড ।
  • ফাচীবজাৰৰ শ্বপাৰ্ছ প‌ইন্টৰ সন্মুখৰ এখন মাৰ্কেটত সংঘটিত হৈছে অগ্নিকাণ্ড ।
  • জুইত ভস্মীভূত হৈছে কেইবা লাখ টকাৰ সামগ্ৰী ।
  • অগ্নিকাণ্ডৰ সময়ত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটা বুলি জানিব পৰা গৈছে ।
  • ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ দল ।
  • অগ্নিকাণ্ডৰ মূল কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in