লকডাউনৰ মাজতে গুৱাহাটীত ভয়ংকৰ ঘটনা…

লকডাউনৰ মাজতে গুৱাহাটীত ভয়ংকৰ ঘটনা…
  • লকডাউনৰ মাজতে গুৱাহাটীত ভয়ংকৰ ঘটনা।
  • জু ৰোডৰ আকাশী পথৰ হাউছ নম্বৰ ৪ত অগ্নিসংযোগ।।
  • জুইত জাহ যায় দুখনকৈ দুই চকীয়া বাহন।
  • কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰটোৰ পৰিয়ালৰ।
  • নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰিবলৈ অহা দৃশ্য cctvত বন্দী হৈছে।
  • নিশা প্ৰায় ২বজাত সাৰ পাই গৃহস্থৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।
  • ইয়াৰ পূৰ্বেও অঞ্চলটোৰ বহু কেইৰৰ ৱালত লিখিছিল অশ্লীল বাক্য।
  • গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in