শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

লকডাউনৰ মাজতে গুৱাহাটীত ভয়ংকৰ ঘটনা…

15,246
  • লকডাউনৰ মাজতে গুৱাহাটীত ভয়ংকৰ ঘটনা।
  • জু ৰোডৰ আকাশী পথৰ হাউছ নম্বৰ ৪ত অগ্নিসংযোগ।।
  • জুইত জাহ যায় দুখনকৈ দুই চকীয়া বাহন।
  • কথমপি প্ৰাণ ৰক্ষা পৰে ঘৰটোৰ পৰিয়ালৰ।
  • নিশা দুৰ্বৃত্তই অগ্নিসংযোগ কৰিবলৈ অহা দৃশ্য cctvত বন্দী হৈছে।
  • নিশা প্ৰায় ২বজাত সাৰ পাই গৃহস্থৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।
  • ইয়াৰ পূৰ্বেও অঞ্চলটোৰ বহু কেইৰৰ ৱালত লিখিছিল অশ্লীল বাক্য।
  • গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি