শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

আজিৰে পৰা ২ দিনলৈ গুৱাহাটীত নাপাব সুৰা…

227
  • কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা।
  • মঙলবাৰে বিয়লি ৫ বজাৰ পৰা বৃহস্পতিবাৰলৈ বন্ধ থাকিব সুৰাৰ বিপণীসমূহ।
  • এই সময়ছোৱাত বন্ধ থাকিব সুৰাৰ প্ৰচলন আৰু বিক্ৰী।
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ।
  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ৰাজ্যৰ ৫ সমষ্টিত হ’ব এই ভোটগ্ৰহণ।
  • মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি