আজিৰে পৰা ২ দিনলৈ গুৱাহাটীত নাপাব সুৰা…

আজিৰে পৰা ২ দিনলৈ গুৱাহাটীত নাপাব সুৰা…
  • কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা।
  • মঙলবাৰে বিয়লি ৫ বজাৰ পৰা বৃহস্পতিবাৰলৈ বন্ধ থাকিব সুৰাৰ বিপণীসমূহ।
  • এই সময়ছোৱাত বন্ধ থাকিব সুৰাৰ প্ৰচলন আৰু বিক্ৰী।
  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ।
  • ১৮ এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ৰাজ্যৰ ৫ সমষ্টিত হ'ব এই ভোটগ্ৰহণ।
  • মঙলদৈ, নগাঁও, কৰিমগঞ্জ, শিলচৰ আৰু ডিফু সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in