মহানগৰীত আৰক্ষীক প্ৰহাৰ সুৰাসক্ত যুৱকৰ…

মহানগৰীত আৰক্ষীক প্ৰহাৰ সুৰাসক্ত যুৱকৰ…
  • মহানগৰীৰ বশিষ্ঠত আৰক্ষীৰ বাহন ভাঙিলে সুৰাসক্ত যুৱকে।
  • বশিষ্ঠ আৰক্ষীৰ ১১২বাহনত আক্রমণ সুৰেন বৰা নামৰ যুৱকজনৰ।
  • বাহনখনৰ ক্ষতি সাধন কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীকো প্রহাৰ।
  • বশিষ্ঠৰ ১৩ নং গলিত সংঘটিত হৈছে এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in