মহানগৰীত আৰক্ষীক প্ৰহাৰ সুৰাসক্ত যুৱকৰ…

  • মহানগৰীৰ বশিষ্ঠত আৰক্ষীৰ বাহন ভাঙিলে সুৰাসক্ত যুৱকে।
  • বশিষ্ঠ আৰক্ষীৰ ১১২বাহনত আক্রমণ সুৰেন বৰা নামৰ যুৱকজনৰ।
  • বাহনখনৰ ক্ষতি সাধন কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীকো প্রহাৰ।
  • বশিষ্ঠৰ ১৩ নং গলিত সংঘটিত হৈছে এই ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি