গুৱাহাটীত দেওবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন

গুৱাহাটীত দেওবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন
  • গুৱাহাটীত দেওবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬বজালৈ শিথিল কৰা হৈছে সান্ধ্য আইন।
  • নাগৰিকত্ব আইনক কেন্দ্ৰ কৰি গুৱাহাটীত অব্যাহত প্ৰতিবাদ।
  • যদিও গুৱাহাটীত ক্ৰমান্বয়ে স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে কিছু কিছু স্থানত বৰ্তমানেও অব্যাহত প্ৰতিবাদ।
  • শনিবাৰৰ সমান্তৰালকৈ দেওবাৰেও পুৱাই বজাৰ-সমাৰৰ বাবে ৰাইজ ওলাই অহাৰ লগতে খোলা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in