গুৱাহাটীত নতুন কনটেইনমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ…

গুৱাহাটীত নতুন কনটেইনমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ…
  • গুৱাহাটীত নতুন কনটেইনমেন্ট জ'ন ঘোষণা।
  • কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে জাননী।
  • দীনেশ ওজা পথৰ এঘৰত এগৰাকী কোৰোনাত আক্ৰান্ত ধৰা পৰাৰ পাছতে এই সিদ্ধান্ত।
  • জি এছ ৰোড ভঙাগড়ৰ কনটেইনমেন্ট জ'নৰ সীমা হৈছে পূবে এইচ পি এপাৰ্টমেন্ট।
  • পশ্চিমে ৰেচিজেন্স ফৰ চিত্তৰঞ্জন শৰ্মা আৰু এ ফৰ ডাইল বিউটি পাৰ্লাৰ।
  • উত্তৰে অসম ফ্লৰ মিল্ক কেম্পাছ আৰু দক্ষিণে আৰ্শীবাদ এপাৰ্টমেন্ট।
  • উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে গুৱাহাটীত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in