শেহতীয়া খবৰ
কোৰোণাৰ চিকিৎসাত প্লাজমা থেৰাপী আৰু Remdesivir ব্যৱহাৰত সতৰ্কতাঃ স্বাস্থ্য মন্ত্ৰালয়...  •  দুসপ্তাহৰ ভিতৰত দিব লাগিব উত্তৰ : অখিল গগৈৰ জামিন আবেদন সন্দৰ্ভত নিয়া লৈ জাননী প্ৰেৰণ উচ্চ ন্যায়ালয়ৰ ...  •  কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..  •  এছ আই কেলংকাৰীৰ কিবা খবৰ আছে নেকি ? যোগাযোগ কৰক আৰক্ষীক...  •  পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!  •  মৃত্যুদুতলৈ পৰিণত মৰিয়নি-মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক...  •  ধেমাজিৰ ঐতিহাসিক ঘুগুহা দ'লৰ বাকৰিত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্য্যসূচী...  •  সৰভোগত ২০১৮-১৯ বৰ্ষৰ আছুতীয়া পুঁজিৰ অনুদান বিতৰণ বিধায়ক ৰঞ্জিত দাসৰ...  •  ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন...  •  একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু...

গুৱাহাটীত নতুন কনটেইনমেন্ট জ’ন ঘোষণা প্ৰশাসনৰ…

6,879
  • গুৱাহাটীত নতুন কনটেইনমেন্ট জ’ন ঘোষণা।
  • কামৰূপ জিলা প্ৰশাসনে জাৰি কৰিছে জাননী।
  • দীনেশ ওজা পথৰ এঘৰত এগৰাকী কোৰোনাত আক্ৰান্ত ধৰা পৰাৰ পাছতে এই সিদ্ধান্ত।
  • জি এছ ৰোড ভঙাগড়ৰ কনটেইনমেন্ট জ’নৰ সীমা হৈছে পূবে এইচ পি এপাৰ্টমেন্ট।
  • পশ্চিমে ৰেচিজেন্স ফৰ চিত্তৰঞ্জন শৰ্মা আৰু এ ফৰ ডাইল বিউটি পাৰ্লাৰ।
  • উত্তৰে অসম ফ্লৰ মিল্ক কেম্পাছ আৰু দক্ষিণে আৰ্শীবাদ এপাৰ্টমেন্ট।
  • উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে গুৱাহাটীত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি