গুৱাহাটী ক্লাৱত আৰম্ভ ৭০ সংগঠনৰ সংকল্প সভা আৰু বিজয় উৎসৱ, UPDATES

গুৱাহাটী ক্লাৱত আৰম্ভ ৭০ সংগঠনৰ সংকল্প সভা আৰু বিজয় উৎসৱ, UPDATES
  • গুৱাহাটী ক্লাৱত আৰম্ভ ৭০ সংগঠনৰসংকল্প সভা আৰু বিজয় উৎসৱ আৰম্ভ।
  • গুৱাহাটী ক্লাৱত উপস্থিত বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ৭০ সংগঠনৰ নেতৃত্ব।
  • পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অধিক লোক সমবেত কৰোৰাত বিৰত  ৭০ সংগঠনৰ নেতৃত্ব।
  • পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দিঘলী পুখুৰীৰ পৰা গুৱাহাটী ক্লাৱলৈ সলনি কৰা হৈছে সমাৱেশ স্থান।
  • আৰম্ভণিতে ৭০ সংগঠনৰ নেতৃত্বৰ চিনাকী পৰ্ব।
  • আত ধৰিছে কৃষক নেতা অখিল গগৈয়ে।
  • সভাৰ উদ্দেশ্য ব্যাখা কৰে পলাশ চাইমায়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in