গুৱাহাটী ক্লাৱত ৭০ সংগঠনৰ বিজয় সমাৱেশ…

গুৱাহাটী ক্লাৱত ৭০ সংগঠনৰ বিজয় সমাৱেশ…
  • কিছুসময়ৰ পাছতে গুৱাহাটী ক্লাৱত ৭০ সংগঠনৰ বিজয়োল্লাস সমাৱেশ।
  • কৃষক মুক্তিৰ গান্ধীবস্তিস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰাৰ পাছত গুৱাহাটী ক্লাৱৰ অভিমুখে ৭০ সংগঠনৰ নেতৃত্ব।
  • গুৱাহাটী ক্লাব আয়োজিত এই বিজয় সমাৱেশলৈ পদব্ৰজে ৰাওনা হৈছে অখিল গগৈ, পলাশ চাংমাই,সুমিত্ৰা হাজৰিকা।
  • ইতিমধ্যে গুৱাহাটী ক্লাৱত সমবেত হৈছে বহু সংখ্যক লোক।
  • গুৱাহাটী ক্লাৱত উপস্থিত মাইনী মহন্ত, অদীপ ফুকনকে ধৰি বহু বিশিষ্ট ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in