বিজয় উৎসৱত বিধেয়কৰ বিৰুদ্ধে দিল্লীত উলংগ হৈ প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী সকল, চাওক VIDEO

বিজয় উৎসৱত বিধেয়কৰ বিৰুদ্ধে দিল্লীত উলংগ হৈ প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী সকল, চাওক VIDEO
  • গুৱাহাটী ক্লাৱত ৭০ সংগঠনৰ সংকল্প সভা আৰু বিজয় উৎসৱ।
  • বিজয় উৎসৱৰ উপস্থিত ৭০ সংগঠন নেতৃত্বৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি।
  • প্ৰথমে চিনাকি পৰ্ব আৰু পলাশ চাংমাইয়ে সভাৰ উদ্দেশ্য ব্যাখা কৰাৰ পাছতে বিভিন্ন জনে ৰাখে ব্যক্তব্য।
  • সকলো সংগঠনৰ নেতাই আগন্তুক সময়ত একেলগে বিধেয়ক খনৰ সন্দৰ্ভত প্ৰতিবাদ চলাই যোৱাৰ প্ৰতিশ্ৰুতি।
  • সভাত বিশিষ্ট সাংবাদিক অদীপ ফুকনে কলে- এন আৰ চি ক্ষেত্ৰতো আমি ৰাখিব লাগিব তীক্ষ্ণ দৃষ্টি।
  • সভাত ভাষণ প্ৰদান কৰে উদয়াদিত্য ভৰালীয়েও।
  • লোকনাথ গোস্বামীয়েও ৰাখিলে ভাষণ।
  • জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানেও ৰাখিলে বক্তব্য।
  • জোনমণি খাউণ্ডকে ধৰি বহুকেইজন ব্যক্তিয়ে ৰাখে ভাষণ।
  • বিধেয়ক বিৰুদ্ধে দিল্লী উলংগ হৈ প্ৰতিবাদ কৰা আটাই কেইজন ব্যক্তিৰ চিনাকি পৰ্ব।
  • সকলোৱে আন্দোলন একেলগে চলাই যোৱাৰ প্ৰতিশ্ৰুতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in