মহানগৰীত দুৰ্বৃত্তৰ গুলী চালনাঃ আহত এজন…

মহানগৰীত দুৰ্বৃত্তৰ গুলী চালনাঃ আহত এজন…
  • মহানগৰীত গুলী চালনাৰ ঘটনা।
  • মহানগৰীৰ বৰ্ষাপাৰাৰ সমীপৰ ইটাৰভাটাত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা।
  • এই গুলী চালনাৰ ঘটনাত আহত হৈছে এজন।
  • আহত ব্যক্তিজনৰ নাম লিটন মজুমদাৰ।
  • জানিব পৰা মতে এখন দোকানত ডকাইতৰ চেষ্টা চলাই কৰিছিল এই গুলী চালনা।
  • আহত লিটন মজুমদাৰক হাস্পতালত এইছত ভৰ্তি কৰোৱা হৈছে।
  • আৰক্ষীয়ে জব্দ কৰিছে এখন ডাষ্টাৰ বাহন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in