গুৱাহাটীৰ বিজুলী ভৱনত সন্মুখত যুৱ কংগ্ৰেছ প্ৰতিবাদ

গুৱাহাটীৰ বিজুলী ভৱনত সন্মুখত যুৱ কংগ্ৰেছ প্ৰতিবাদ
  • গুৱাহাটীৰ বিজুলী ভৱনৰ সন্মুখত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
  • শক্তিমন্ত্ৰী তপন গগৈৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ।
  • শক্তিবিভাগৰ ভুলৰ বাবেই জুৰীয়াত ৬জন লোকৰ মৃত্যু হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
  • মৃতকৰ পৰিয়ালক শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ দাবী যুৱ কংগ্ৰেছৰ।
  • ২০ লাখ টকাৰ লগতে পৰিয়ালৰ সদস্যক চাকৰি প্ৰদানৰ দাবী তুলিলে প্ৰতিবাদ কাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in