উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লবলৈ গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু…

উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লবলৈ গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু…
  • গুৱাহাটী বিমান বন্দৰত আহি উপস্থিত হল দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু।
  • উপ ৰাষ্ট্ৰপতি গৰাকীক বিমান বন্দৰত উষ্ম আদৰণি।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱোল, ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আদৰণি জনালে উপ-ৰাষ্ট্ৰপতি গৰাকীক।
  • ২১ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অংশ লবলৈ গুৱাহাটীলৈ আহিছে উপ ৰাষ্ট্ৰপতিগৰাকী।
  • বিয়লি ৪বজাৰ পৰা চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আৰম্ভ হব উদ্বোধনী অনুষ্ঠান।
  • এই অনুষ্ঠানতে শশীকান্ত বৰবৰুৱা বঁটা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰী জয়ন্ত বৰুৱাক প্ৰদান কৰিব উপ ৰাষ্ট্ৰপতি নাইডুৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in