ফটকা নিষিদ্ধ গুৱাহাটীত ফটকাৰ পৰাই সংঘটিত দুটাকৈ অগ্নিকাণ্ড…

ফটকা নিষিদ্ধ গুৱাহাটীত ফটকাৰ পৰাই সংঘটিত দুটাকৈ অগ্নিকাণ্ড…
  • কামৰূপ মহানগৰ উপায়ুক্তৰ বাসভৱনৰ প্ৰায় সন্মুখতে অগ্নিকাণ্ড ।
  • ফটকাৰ পৰা হয় এই অগ্নিকাণ্ড ।
  • অৱশ্যে বিশেষ ক্ষয় ক্ষতি হোৱাৰ পূৰ্বেই উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীয়য়ে নিৰ্বাপন কৰে জুই ।
  • মহানগৰীৰত ফটকাৰ পৰাই দ্বিতীয়টো অগ্নিকাণ্ড সংঘটিত হয় বেলতলাৰ লখিমী পথত ।
  • বৰ্তমানলৈ ক্ষয় ক্ষতিৰ পৰিমান জানিব পৰা হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in