শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

উৰুকাত ২.৭৫কোটি টকাৰ সুৰা বিক্ৰী গুৱাহাটীত…

  • ভোগালীৰ উৰুকাৰ দিনা গুৱাহাটীত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ।
  • গুৱাহাটী মহানগৰীত উৰুকাৰ দিনা ২ .৭৫ কোটি টকাৰ সুৰা কিনিলে সুৰাপায়ীয়ে।
  • উল্লেখ্য যে নতুন বছৰক আদৰাৰ সময়ত ৩১ ডিচেম্বৰৰ নিশাও সুৰাৰ বিক্ৰীয়ে অভিলেখ ৰচিছিল।
  • সেইদিনা কেৱল মহানগৰীতে প্ৰায় ৬ কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছিল।
  • সমগ্ৰ ৰাজ্যত ৫কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী উৰুকাৰ দিনায।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি