উৰুকাত ২.৭৫কোটি টকাৰ সুৰা বিক্ৰী গুৱাহাটীত…

উৰুকাত ২.৭৫কোটি টকাৰ সুৰা বিক্ৰী গুৱাহাটীত…
  • ভোগালীৰ উৰুকাৰ দিনা গুৱাহাটীত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ।
  • গুৱাহাটী মহানগৰীত উৰুকাৰ দিনা ২ .৭৫ কোটি টকাৰ সুৰা কিনিলে সুৰাপায়ীয়ে।
  • উল্লেখ্য যে নতুন বছৰক আদৰাৰ সময়ত ৩১ ডিচেম্বৰৰ নিশাও সুৰাৰ বিক্ৰীয়ে অভিলেখ ৰচিছিল।
  • সেইদিনা কেৱল মহানগৰীতে প্ৰায় ৬ কোটি টকাৰ সুৰাৰ বিক্ৰী হৈছিল।
  • সমগ্ৰ ৰাজ্যত ৫কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী উৰুকাৰ দিনায।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in