লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস…

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস…

ডিজিটেল ডেস্কঃ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি ৭০ সংখ্যক মৃত্যু দিৱস।শিলপুখুৰীৰ গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, গোপীনাথ বৰদৈলৰ পুত্ৰ বলিন বৰদলৈৰ লগতে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in