কাহিলিপাৰাৰ দক্ষিণগাঁও সাপ্তাহিক বজাৰত গুণ্ডাৰাজ…

কাহিলিপাৰাৰ দক্ষিণগাঁও সাপ্তাহিক বজাৰত গুণ্ডাৰাজ…
  • কাহিলিপাৰাৰ দক্ষিণগাঁও সাপ্তাহিক বজাৰত গুণ্ডাৰাজ।
  • স্থানীয় একাংশৰ বিৰুদ্ধে গুণ্ডাকৰ সংগ্রহৰ অভিযোগ।
  • এই কাৰ্যৰ বিৰুদ্ধে ব্যৱসায়ীসকলে পৌৰ নিগমক দিছিল অভিযোগ।
  • ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ১১৭২ নম্বৰত গোচৰ ৰুজু।
  • গোচৰৰ ভিত্তিত আব্দুল মান্নান, উইন সিংহ, হানিফ আলীক আটক।
  • আটক খলিলুল্লাহ, আনচাৰুল আলম, মেহবুব শ্বেখ।
  • আটক মমতাজ আলম আৰু দিগন্ত টেৰণক।
  • আটাইকেইজনক আদালতত হাজিৰ কৰাৰ পিছত জেললৈ প্রেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in