শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

কাহিলিপাৰাৰ দক্ষিণগাঁও সাপ্তাহিক বজাৰত গুণ্ডাৰাজ…

  • কাহিলিপাৰাৰ দক্ষিণগাঁও সাপ্তাহিক বজাৰত গুণ্ডাৰাজ।
  • স্থানীয় একাংশৰ বিৰুদ্ধে গুণ্ডাকৰ সংগ্রহৰ অভিযোগ।
  • এই কাৰ্যৰ বিৰুদ্ধে ব্যৱসায়ীসকলে পৌৰ নিগমক দিছিল অভিযোগ।
  • ঘটনা সন্দৰ্ভত দিছপুৰ থানাত ১১৭২ নম্বৰত গোচৰ ৰুজু।
  • গোচৰৰ ভিত্তিত আব্দুল মান্নান, উইন সিংহ, হানিফ আলীক আটক।
  • আটক খলিলুল্লাহ, আনচাৰুল আলম, মেহবুব শ্বেখ।
  • আটক মমতাজ আলম আৰু দিগন্ত টেৰণক।
  • আটাইকেইজনক আদালতত হাজিৰ কৰাৰ পিছত জেললৈ প্রেৰণ।