শেহতীয়া খবৰ
মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...

ওদালগুৰিত সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ বন্দুকৰ গুলী

94
  • ওদালগুৰিত সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ বন্দুকৰ গুলী।
  • গুণজিত দাস নামৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক এজনৰ দোকানৰ সন্মুখত উদ্ধাৰ হয় ৫ জাই সজীৱ গুলী।
  • ইয়াৰে তিনিটা গুলী সজীৱ আৰু দুটা খালী কাৰ্টিজ।
  • কোনে কি কাৰণত গুলীকেইটা এৰি থৈ যায় সেয়া জানিব পৰা হোৱা নাই।
  • পুৱা ব্যৱসায়ীক প্ৰতিষ্ঠান খুলিবলৈ ল‌ওঁতে প্ৰত্যক্ষ কৰা হয় গুলীকেইটা।
  • আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে গুলীকেইটা।
  • ঘটনাস্থলীত উপস্থিত ভাৰতীয় সেনাৰ দল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি