ওদালগুৰিত সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ বন্দুকৰ গুলী

ওদালগুৰিত সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ বন্দুকৰ গুলী
  • ওদালগুৰিত সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ বন্দুকৰ গুলী।
  • গুণজিত দাস নামৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক এজনৰ দোকানৰ সন্মুখত উদ্ধাৰ হয় ৫ জাই সজীৱ গুলী।
  • ইয়াৰে তিনিটা গুলী সজীৱ আৰু দুটা খালী কাৰ্টিজ।
  • কোনে কি কাৰণত গুলীকেইটা এৰি থৈ যায় সেয়া জানিব পৰা হোৱা নাই।
  • পুৱা ব্যৱসায়ীক প্ৰতিষ্ঠান খুলিবলৈ ল‌ওঁতে প্ৰত্যক্ষ কৰা হয় গুলীকেইটা।
  • আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে গুলীকেইটা।
  • ঘটনাস্থলীত উপস্থিত ভাৰতীয় সেনাৰ দল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in