শেহতীয়া খবৰ
অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ

গুজৰাটত কংগ্ৰেছৰ বিশাল জনসভা, হাৰ্দিক পেটেলৰ যোগদান…

306
  • গুজৰাটত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক।
  • বৈঠকত উপস্থিত আছে কংগ্ৰেছৰ প্ৰায় সংখ্যক শীৰ্ষ নেতা।
  • কংগ্ৰেছত যোগদান কৰিলে হাৰ্দিক পেটেলে।
  • পাটিদাৰ আন্দোলনৰ নেতা আছিল হাৰ্দিক।

  • ৰাহুল গান্ধীয়ে আদৰণি জনালে যুৱ নেতাগৰাকীক।
  • গান্ধীনগৰত কংগ্ৰেছৰ বিশাল জনসভা।

  • জনসভাত ৰাহুল গান্ধীৰ বিস্ফোৰণ।
  • ‘চাৰিগৰাকীকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে সংবাদমাধ্যমৰ আগত আহি ক’ব লগা হ’ল- তেওঁলোকক কাম কৰিবলৈ দিয়া নাই।’
  • ‘সাধাৰণ মানুহ যায় উচ্চতম ন্যায়ালয়ত ন্যায় বিচাৰি।’
  • ‘এতিয়া  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ৰাইজৰ ওচৰত বিচাৰিব লগা হৈছে ন্যায়।’
  • ‘এয়াই আজিৰ ভাৰতৰ।’

  • জনসভা সম্বোধন কৰে প্ৰিয়ংকা গান্ধীয়ে।
  • ‘এতিয়া প্ৰতিষ্ঠানসমূহক ধ্বংস কৰা হৈছে।’
  • ‘আপুনি আৰু মইয়ে দেশক ৰক্ষা কৰিব লাগিব।’
  • ‘সকলোৱে একেলগে ওলাই আহক।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি