গুজৰাটত কংগ্ৰেছৰ বিশাল জনসভা, হাৰ্দিক পেটেলৰ যোগদান…

গুজৰাটত কংগ্ৰেছৰ বিশাল জনসভা, হাৰ্দিক পেটেলৰ যোগদান…
  • গুজৰাটত কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠক।
  • বৈঠকত উপস্থিত আছে কংগ্ৰেছৰ প্ৰায় সংখ্যক শীৰ্ষ নেতা।
  • কংগ্ৰেছত যোগদান কৰিলে হাৰ্দিক পেটেলে।
  • পাটিদাৰ আন্দোলনৰ নেতা আছিল হাৰ্দিক।
  • ৰাহুল গান্ধীয়ে আদৰণি জনালে যুৱ নেতাগৰাকীক।
  • গান্ধীনগৰত কংগ্ৰেছৰ বিশাল জনসভা।
  • জনসভাত ৰাহুল গান্ধীৰ বিস্ফোৰণ।
  • 'চাৰিগৰাকীকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে সংবাদমাধ্যমৰ আগত আহি ক'ব লগা হ'ল- তেওঁলোকক কাম কৰিবলৈ দিয়া নাই।'
  • 'সাধাৰণ মানুহ যায় উচ্চতম ন্যায়ালয়ত ন্যায় বিচাৰি।'
  • 'এতিয়া  উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে ৰাইজৰ ওচৰত বিচাৰিব লগা হৈছে ন্যায়।'
  • 'এয়াই আজিৰ ভাৰতৰ।'
  • জনসভা সম্বোধন কৰে প্ৰিয়ংকা গান্ধীয়ে।
  • 'এতিয়া প্ৰতিষ্ঠানসমূহক ধ্বংস কৰা হৈছে।'
  • 'আপুনি আৰু মইয়ে দেশক ৰক্ষা কৰিব লাগিব।'
  • 'সকলোৱে একেলগে ওলাই আহক।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in