আহমেদাবাদ ভদোদাৰা এক্সপ্ৰেছৱে’ত ভয়ংকৰ পথ দুৰ্ঘটনা…

আহমেদাবাদ ভদোদাৰা এক্সপ্ৰেছৱে’ত ভয়ংকৰ পথ দুৰ্ঘটনা…
  • গুজৰাটৰ আহমেদাবাদ ভদোদাৰা এক্সপ্ৰেছৱে'ত ভয়ংকৰ দুৰ্ঘটনা।
  • দুখন বাহনৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষৰ ফলত দুয়োখন বাহনত সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।
  • এই সংঘৰ্ষৰ ফলত ৰাজপথত আৱদ্ধ হৈ পৰে যান-বাহন।
  • অৱশ্যে বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in