বৰযাত্ৰী বাহনত ট্ৰাকৰ খুন্দা, নিহত ১১

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • গুজৰাটৰ বডোদৰাত শনিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা।
  • ট্ৰাক আৰু এখন টেম্প'ৰ মাজত ভয়ংকৰ সংঘৰ্ষ।
  • এই দুৰ্ঘটনাত ১১জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছে।
  • আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
  • জানিব পৰা মতে, টেম্প'খনেৰে বিয়ালৈ গৈ আছিল লোকসকল।
  • গৈ থকাৰ পথতে সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হয় টেম্প'খনৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in